madhujya Dutta

প্ৰতি,
Jio Customer Care Team

বিষয়: Jio AirFiber সংযোগ দিয়াৰ নামত ₹২,২০০ টকা লোৱাৰ অভিযোগ।

মহাশয়,

মই Jio AirFiber সংযোগ ল'ব বিচাৰিছিলোঁ। আপোনালোকৰ প্ৰতিনিধি বুলি পৰিচয় দিয়া Furkan Ali (Mobile: 8822653947) নামৰ ব্যক্তিজনে মোক AirFiber সংযোগ লগাই দিয়াৰ প্ৰতিশ্ৰুতি দি মোৰ পৰা ₹২,২০০ টকা লৈছে।

কিন্তু টকা দিয়াৰ পিছতো এতিয়ালৈকে মোৰ ঘৰত AirFiber সংযোগ স্থাপন কৰা হোৱা নাই।

মোৰ Booking ORN: NO0001GC4TG0
Mobile number:9864464822

সেয়ে আপোনালোকক অনুৰোধ জনাইছোঁ যে বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি উক্ত ব্যক্তিজনৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক আৰু মোৰ ₹২,২০০ টকা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক।

মই এই সমস্যাটোৰ সোনকালে সমাধান বিচাৰিছোঁ।

ধন্যবাদ।
Birthday
August 15
Location
SIBSAGAR
Back
Top